Prime Minister announces ex-gratia for the victims of Mathura boat mishap

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰপ্ৰদেশৰ মথুৰাত এখন নাও ডুবি যোৱাৰ ফলত হোৱা কৰুণ মৃত্যুক লৈ গভীৰ দুখ প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে এই দুৰ্ভাগ্যজনক দুৰ্ঘটনাত আপোনজনক হেৰুওৱা পৰিয়ালবৰ্গৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে তেওঁ দুৰ্ঘটনাত আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছে। প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে স্থানীয় প্ৰশাসনে সক্ৰিয়ভাৱে এই শোকাৱহ দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত লোকসকলক সকলো ধৰণৰ সহায় আগবঢ়াইছে।

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখেঃ

"উত্তৰপ্ৰদেশৰ মথুৰাত সংঘটিত নাও দুৰ্ঘটনাক লৈ অতিশয় মৰ্মাহত হৈছো। যিসকল লোকে নিজৰ আত্মীয়-স্বজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ। মই আহত লোকসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো। স্থানীয় প্ৰশাসনে ক্ষতিগ্ৰস্তসকলক সহায় কৰি আছে।"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Auckland's Sky Tower lights up in India's tricolour as PM Modi begins historic New Zealand visit

Media Coverage

Auckland's Sky Tower lights up in India's tricolour as PM Modi begins historic New Zealand visit
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 11 জুলাই 2026
July 11, 2026

Record Exports, Record Investments, Record Pride: India’s Rise Under PM Modi is Multi-Dimensional