প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান ইয়ুথ গেমছ, ২০২৫-ত ৪৮ টা পদক লাভেৰে এতিয়ালৈকে সৰ্বোত্তম প্ৰদৰ্শনৰ বাবে যুৱ খেলুৱৈসকলক অভিনন্দন জনাইছে।
এক্স-ৰ এটা প’ষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়ঃ
“আমাৰ যুৱ খেলুৱৈসকলে এছিয়ান ইয়ুথ গেমছ, ২০২৫-ত সৰ্বোত্তম প্ৰদৰ্শনেৰে ইতিহাস ৰচনাৰে ৪৮ টা পদক লাভ কৰিছে। মই দলটোক অভিনন্দন জনালোঁ। তেওঁলোকৰ আগ্ৰহ, দৃঢ়তা আৰু কঠোৰ পৰিশ্ৰম স্পষ্টভাৱে দৃশ্যমান হৈছে। মই তেওঁলোকৰ আগন্তুক প্ৰচেষ্টাৰাজিলৈ শুভকামনা জনাইছোঁ।”
Our young athletes have scripted history at the Asian Youth Games 2025 with their best-ever performance, winning an impressive 48 medals. Congrats to the contingent. Their passion, determination and hardwork are clearly visible. My best wishes for their future endeavours. pic.twitter.com/OWWW7F8O1M
— Narendra Modi (@narendramodi) November 2, 2025


