প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসামৰিক সেৱাৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱাসকলক অভিনন্দন জনায়৷ প্ৰধানমন্ত্ৰীয়ে লগতে এই বছৰ অনূত্তীৰ্ণ হোৱাসকলকো উপদেশ দিয়ে৷

প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়; 

“অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা যুৱক-যুৱতীসকলক অভিনন্দন জনাইছো৷ ভৱিষ্যতে এক ফলপ্ৰসূ আৰু সন্তুষ্টিদায়ক কেৰিয়াৰৰ বাবে মই শুভেচ্ছা জনাইছো। দেশৰ সেৱা কৰি জনসাধাৰণৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিবলৈ এয়া অতি ৰোমাঞ্চকৰ সময়৷”

"অসামৰিক সেৱাৰ পৰীক্ষাত অনুত্তীৰ্ণসকলৰ হতাশাক মই বুজি পাইছো৷ কেৱল অধিক প্ৰচেষ্টা বাকী থকাই নহয়, ভাৰতে আপোনালোকৰ দক্ষতা আৰু শক্তি প্ৰদৰ্শনৰ কেইবাটাও বৈচিত্ৰ্যপূৰ্ণ সুযোগ আগবঢ়াইছে। সকলোকে আন্তৰিক শুভেচ্ছা জনাইছো৷"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi hails Skyroot's Vikram-1 success, says India's youngsters have proven they can be trusted

Media Coverage

PM Modi hails Skyroot's Vikram-1 success, says India's youngsters have proven they can be trusted
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Eminent industry leader Shri Ravi Kant meets the Prime Minister
July 18, 2026

Eminent industry leader Shri Ravi Kant met Prime Minister, Shri Narendra Modi earlier today and presented a copy of his book 'Leading from the Back - To Achieve the Impossible'.

The Prime Minister posted on X;

Eminent industry leader Shri Ravi Kant met PM @narendramodi earlier today and presented a copy of his book 'Leading from the Back - To Achieve the Impossible'.