প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৬৯ সংখ্যক ‘ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা’ৰে সন্মানিত সকলোকে অভিনন্দন জ্ঞাপন কৰে। শ্ৰী মোদীয়ে ‘দাদাচাহেব ফালকে জীৱনজোৰা সাধনা বঁটা’ৰে সন্মানিত হোৱাৰ বাবে ৱাহিদা ৰেহমান ডাঙৰীয়ানীক বিশেষভাৱে অভিনন্দন জনোৱাৰ সুযোগ গ্ৰহণ কৰে।

ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ‘এক্স’ত প্ৰেৰণ কৰা এটা ‘পোষ্ট’ ‘শ্বেয়াৰ’ কৰি প্ৰধানমন্ত্ৰীয়ে কয়:

"৬৯ সংখ্যক ‘ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা’ৰে সন্মানিত সকলোকে অভিনন্দন জনাইছোঁ। প্ৰতিগৰাকী বঁটা প্ৰাপক ব্যক্তিয়ে ভাৰতীয় চলচ্চিত্ৰলৈ দৃষ্টান্তমূলক অৱদান আগবঢ়াইছে। ‘দাদাচাহেব ফালকে জীৱনজোৰা সাধনা বঁটা’ৰে সন্মানিত হোৱাৰ বাবে মই ৱাহিদা ৰেহমান ডাঙৰীয়ানীক বিশেষভাৱে অভিনন্দন জনাইছোঁ।" 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Govt directs faster processing of city gas projects, hikes commercial LPG allocation to ease supply stress

Media Coverage

Govt directs faster processing of city gas projects, hikes commercial LPG allocation to ease supply stress
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 মাৰ্চ 2026
March 23, 2026

Aatmanirbhar to Global Innovator: PM Modi’s Multi-Dimensional Revolution Across Defence, Pharma, Tech & Heritage