প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আৰবিআইৰ গৱৰ্ণৰ শ্ৰী শক্তিকান্ত দাসক কেন্দ্ৰীয় বেংকিং বঁটা, ২০২৩ৰ ‘গৱৰ্ণৰ অফ দ্য ইয়েৰ’ পুৰস্কাৰ লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে৷

চিএনবিচি টিভি১৮ৰ এটা বাতৰি শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে টুইটত কয়;

“আমাৰ দেশৰ বাবে এক অতিশয় গৌৰৱৰ বিষয় এই যে @RBI গৱৰ্ণৰ শ্ৰী শক্তিকান্ত দাস জীয়ে কেন্দ্ৰীয় বেংকিং বঁটা, ২০২৩ৰ ‘গৱৰ্ণৰ অফ দ্য ইয়েৰ’ পুৰস্কাৰ লাভ কৰিছে৷ তেওঁক অভিনন্দন জনাইছো৷”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi Plays Traditional Chenda Drum In Palakkad Ahead Of Kerala Polls | Watch

Media Coverage

PM Modi Plays Traditional Chenda Drum In Palakkad Ahead Of Kerala Polls | Watch
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 মাৰ্চ 2026
March 29, 2026

Citizens Praise PM Modi for The Visionary Shift: Empowering Every Citizen in an Uncertain World