প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০২৫বৰ্ষৰ আইচিচিৰ ১৯ বছৰ অনূৰ্ধ্ব মহিলা টি-২০ বিশ্বকাপৰ বিজয়ী ভাৰতীয় দলটোক অভিনন্দন জনাইছে।

এক্সৰ এটা পোষ্টত তেওঁ কয়-

“আমাৰ নাৰী শক্তিক লৈ অপৰিসীম গৌৰৱ অনুভৱ কৰিছো! আইচিচিৰ ১৯ বছৰ অনূৰ্ধ্ব মহিলা টি-২০ বিশ্বকাপ ২০২৫ত বিজয়েৰে উজলি উঠা ভাৰতীয় দলটোক অভিনন্দন জনাইছো। এই জয় আমাৰ উৎকৃষ্ট দলীয় কামৰ লগতে দৃঢ়তা আৰু ধৈৰ্যৰ ফল। এই প্ৰদৰ্শনে বহু উদীয়মান খেলুৱৈক অনুপ্ৰাণিত কৰিব। দলটোৰ সদস্যসকলক তেওঁলোকৰ উজ্বল ভৱিষ্যতৰ বাবে মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Electronics manufacturing leads PLI scheme as production jumps 146%: Report

Media Coverage

Electronics manufacturing leads PLI scheme as production jumps 146%: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 18 জানুৱাৰী 2026
January 18, 2026

Cultural Pride and Economic Power: Celebrating PM Modi's Regional Revolutions