প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাকুম্ভত প্ৰথম অমৃত স্নানত ভাগ লোৱা ভক্তসকলক মকৰ সংক্ৰান্তিৰ মহান ক্ষণত অভিনন্দন জ্ঞাপন কৰে।
মহাকুম্ভৰ কিছু মুহুৰ্ত শ্বেয়াৰ কৰি শ্ৰী মোদীয়ে লিখিছে -
“মহাকুম্ভত ভক্তি আৰু আধ্যাত্মিকতাৰ এক আচৰিত সংযোগ!
মহাকুম্ভত প্ৰথম অমৃত স্নানত অংশগ্ৰহণ কৰা সকলো ভক্তক মকৰ সংক্ৰান্তিৰ মহান উৎসৱত আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।
মহাকুম্ভৰ কিছু আলোকচিত্ৰ…..”
महाकुंभ में भक्ति और अध्यात्म का अद्भुत संगम!
— Narendra Modi (@narendramodi) January 14, 2025
मकर संक्रांति महापर्व पर महाकुंभ में प्रथम अमृत स्नान में शामिल सभी श्रद्धालुओं का हार्दिक अभिनंदन।
महाकुंभ की कुछ तस्वीरें… pic.twitter.com/xAemEtfa5c