প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে শ্ৰী সুখৱিন্দৰ সিং সুখুক অভিনন্দন জ্ঞাপন কৰিছে।
এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;
"হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে শ্ৰী সুখৱিন্দৰ সিং সুখুজীলৈ অভিনন্দন। হিমাচল প্ৰদেশৰ অধিক উন্নয়নৰ ক্ষেত্ৰত কেন্দ্ৰৰ পৰা ৰাজ্যখনে সকলো ধৰণৰ সহযোগিতা লাভ কৰিব বুলি মই আশ্বাস দিছো।"
Congratulations to Shri Sukhwinder Singh Sukhu Ji on taking oath as Himachal Pradesh CM. I assure all possible cooperation from the Centre to further the development of Himachal Pradesh.
— Narendra Modi (@narendramodi) December 11, 2022


