প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাৰ অধ্যক্ষ হিচাপে দ্বিতীয়বাৰলৈ নিৰ্বাচিত শ্ৰী ওম বিৰলাক অভিনন্দন জ্ঞাপন কৰিছে৷ তেওঁ আস্থা প্ৰকাশ কৰে যে নতুনকৈ নিৰ্বাচিত অধ্যক্ষৰ অন্তৰ্দৃষ্টি আৰু অভিজ্ঞতাৰ পৰা সদন যথেষ্ট পৰিমাণে উপকৃত হ’ব৷

শ্ৰী মোদীয়ে টুইটাৰ পোষ্টত লিখেঃ

“লোকসভাৰ অধ্যক্ষ হিচাপে দ্বিতীয়বাৰলৈ নিৰ্বাচিত শ্ৰী ওম বিৰলা জীক মই অভিনন্দন জ্ঞাপন কৰিছোঁ৷ নতুনকৈ নিৰ্বাচিত অধ্যক্ষৰ অন্তৰ্দৃষ্টি আৰু অভিজ্ঞতাৰ পৰা সদন যথেষ্ট পৰিমাণে উপকৃত হ’ব৷ তেওঁৰ আগন্তুক কাৰ্যকালৰ বাবে মোৰ শুভেচ্ছা জনালোঁ৷”

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Teachers: The artists of education

Media Coverage

Teachers: The artists of education
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 7 ছেপ্টেম্বৰ 2026
September 07, 2026

Vasudhaiva Kutumbakam in Action: Tech Hub, Border Villages, Global Leadership by PM Modi