উপ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ বাবে শ্ৰী সম্ৰাট চৌধুৰী আৰু শ্ৰী বিজয় সিনহাকো অভিনন্দন

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে শ্ৰী নীতিশ কুমাৰক অভিনন্দন জ্ঞাপন কৰে। তেওঁ উপ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ বাবে শ্ৰী সম্ৰাট চৌধুৰী আৰু শ্ৰী বিজয় সিনহাকো অভিনন্দন জনায়।

 

প্ৰধানমন্ত্ৰীয়ে এক্সত এইদৰে পোষ্ট কৰিছেঃ

"বিহাৰত গঠন হোৱা এন ডি এ চৰকাৰখনে ৰাজ্যখনৰ উন্নয়ন আৰু ইয়াৰ জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণৰ বাবে সকোলোধৰণৰ প্ৰচেষ্টা হাতত ল'ব।

 

"মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ বাবে নীতিশ কুমাৰজী আৰু উপ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ বাবে সম্ৰাট চৌধুৰীজী আৰু বিজয় সিনহাজীক অভিনন্দন জনাইছোঁ।

 

মই নিশ্চিত যে এই দলটোৱে ৰাজ্যখনৰ মোৰ পৰিয়ালৰ সদস্যসকলক সম্পূৰ্ণ নিষ্ঠাৰে সেৱা আগবঢ়াব।"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's $13 billion semiconductor mission: Boosting domestic chip manufacturing and design

Media Coverage

India's $13 billion semiconductor mission: Boosting domestic chip manufacturing and design
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 ছেপ্টেম্বৰ 2026
September 08, 2026

Viksit Bharat, Many Engines: Defence, Diplomacy, Growth & Green Power Under PM Modi