প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কমনৱেলথ গেমছ ২০২২ত ৫৫ কিলোগ্ৰাম ভাৰোত্তোলন শাখাত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে সংকেত চাৰ্গাৰক অভিনন্দন জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"সংকেত ছাৰ্গাৰৰ অসাধাৰণ প্ৰচেষ্টা! কমনৱেলথ গেমছত তেওঁৰ আকাংক্ষিত ৰূপৰ পদক জয় ভাৰতৰ বাবে এটা ভাল আৰম্ভণি। তেওঁলৈ অভিনন্দন আৰু তেওঁৰ ভৱিষ্যতৰ সকলো প্ৰচেষ্টাৰ বাবে শুভেচ্ছা।"
Exceptional effort by Sanket Sargar! His bagging the prestigious Silver is a great start for India at the Commonwealth Games. Congratulations to him and best wishes for all future endeavours. pic.twitter.com/Pvjjaj0IGm
— Narendra Modi (@narendramodi) July 30, 2022


