উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শ্বাভকট মিৰজিয়’য়েভক নিৰ্বাচনত জয়ৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জ্ঞাপন কৰিছে।

এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;

"ৰাষ্ট্ৰপতি শ্বাভকট মিৰজিয়’য়েভক নিৰ্বাচনত জয়ৰ বাবে আন্তৰিক অভিনন্দন জনাইছো। মই বিশ্বাসী যে আপোনাৰ দ্বিতীয় কাৰ্যকালতো ভাৰত-উজবেকিস্তানৰ কৌশলগত অংশীদাৰিত্ব শক্তিশালী ৰূপত আগবাঢ়ি থাকিব। আপোনালৈ আৰু উজবেকিস্তানৰ বন্ধুত্বপূৰ্ণ লোকসকললৈ মোৰ শুভকামনা থাকিল।"

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
UP's exports to BRICS nations, partners cross $5.36 billion in FY26: Govt

Media Coverage

UP's exports to BRICS nations, partners cross $5.36 billion in FY26: Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 20 জুন 2026
June 20, 2026

Appreciation for PM Modi’s Vision of Vikas and Virasat for a Viksit Bharat