মহোৎসৱ দৰ্শন কৰি নগা সংস্কৃতিৰ সজীৱতা অনুভৱ কৰিবলৈ জনসাধাৰণক আহ্বান

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হৰ্ণবিল মহোৎসৱৰ ২৫সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে নাগালেণ্ডবাসীক অভিনন্দন জ্ঞাপন কৰিছে। তেওঁ আৱৰ্জনা ব্যৱস্থাপনা আৰু বহনক্ষমতাৰ ক্ষেত্ৰত মহোৎসৱৰ গুৰুত্বৰ ওপৰতো শুভেচ্ছা প্ৰকাশ কৰাৰ লগতে আনন্দ প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কেইবছৰমান পূৰ্বে এই মহোৎসৱ দৰ্শন কৰা মোৰ ভাল লগা স্মৃতিবোৰ স্মৰণ কৰি আনকো এই উৎসৱ দৰ্শন কৰিবলৈ আৰু নগা সংস্কৃতিৰ সজীৱতা অনুভৱ কৰিবলৈ আহ্বান জনায়।

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী নেইফিউ ৰিঅ’ৰ এক্স পোষ্ট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে লিখেঃ

‘চলিত হৰ্ণবিল মহোৎসৱৰ বাবে মোৰ শুভেচ্ছা আৰু ২৫ বছৰ সম্পূৰ্ণ কৰা এই প্ৰাণৱন্ত উৎসৱৰ বাবে নাগালেণ্ডবাসীলৈ অভিনন্দন জনাইছো। এইবাৰৰ উৎসৱৰ সময়ত আৱৰ্জনা ব্যৱস্থাপনা আৰু বহনক্ষমতাৰ ওপৰতো গুৰুত্ব দিয়া দেখি মই আনন্দিত হৈছো।

কেইবছৰমান আগতে মই এই মহোৎসৱ দৰ্শন কৰা মোৰ ভাল লগা স্মৃতি সজীৱ হৈ আছে আৰু মই আনকো আহ্বান জনাইছো যে এই মহোৎসৱ ভ্ৰমণ কৰি নগা সংস্কৃতিৰ সজীৱতা অনুভৱ কৰক।”

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From 5G to 6G, India building a global digital carriageway: Telecom minister Jyotiraditya Scindia

Media Coverage

From 5G to 6G, India building a global digital carriageway: Telecom minister Jyotiraditya Scindia
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister emphasises strong foundation built for a truly renewed partnership between the two nations with the visit of Prime Minister of Canada
March 03, 2026

The Prime Minister said that the visit of Prime Minister of Canada, Mark Carney to India, has built a strong foundation for a truly renewed partnership between the two nations.

The Prime Minister said that he looks forward to working together to build a future defined by trust, growth, innovation and shared prosperity for the people of both countries.

Responding to the X post of Canadian Prime Minister, Shri Modi said;

“You are absolutely right, Prime Minister Carney. Your visit has built a strong foundation for a truly renewed partnership.

I look forward to working together with you to build a future defined by trust, growth, innovation and shared prosperity for the people of our nations.

@MarkJCarney”