Mumbai’s Metro network expands, boosting ‘Ease of Living’ for people: PM
PM interacts with students, youngsters, beneficiaries of Mukhyamantri Majhi Ladki Bahin Yojana and Shramiks who built the Metro

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাই মেট্ৰ’ লাইন ৩, ফেজ-১ৰ আৰে জেভিএলআৰৰ পৰা বিকেচি ছেক্সনৰ উদ্বোধন উপলক্ষে মুম্বাইবাসীক অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে মুম্বাইৰ মেট্ৰ’ নেটৱৰ্ক সম্প্ৰসাৰণে মানুহৰ ‘জীৱন সহজ’ কৰি তুলিব।

তেওঁ এক্সত এটা পোষ্টত লিখিছে:

“মুম্বাইৰ মেট্ৰ’ নেটৱৰ্কৰ সম্প্ৰসাৰণে মানুহৰ ‘জীৱন সহজ’ কৰি তুলিছে! মুম্বাই মেট্ৰ’ লাইন ৩, ফেজ-১ৰ আৰে জেভিএলআৰৰ পৰা বিকেচি ছেক্সনৰ উদ্বোধন উপলক্ষে মুম্বাইবাসীক অভিনন্দন।”

 

 

শ্ৰী মোদীয়ে মেট্ৰ’ত উঠেও আৰু ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী, মুখ্যমন্ত্ৰী মাঝি লড়কী বহিন যোজনাৰ হিতাধিকাৰী আৰু মেট্ৰ’ নিৰ্মাণ কৰা শ্ৰমিকসকলৰ সৈতে মত বিনিময় কৰে।

তেওঁ এক্সত এটা পোষ্টত লিখিছে:

“ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী, মুখ্যমন্ত্ৰী মাঝি লড়কী বহিন যোজনাৰ হিতাধিকাৰী আৰু মেট্ৰ’ নিৰ্মাণ কৰা শ্ৰমিকসকলৰ সৈতে মত বিনিময় কৰি আনন্দিত হ’লোঁ।”

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's services exports rise by 12.7 pc in April despite West Asia crisis: RBI

Media Coverage

India's services exports rise by 12.7 pc in April despite West Asia crisis: RBI
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 30 মে’ 2026
May 30, 2026

Viksit Bharat in Motion: How PM Modi is Building a Self-Reliant Global India”