প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় ক্ৰীড়া আৰু দুঃসাহসিক বঁটা, ২০২০ ৰ বঁটাপ্ৰাপকসকলক শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে কয়, “ৰাষ্ট্ৰীয় ক্ৰীড়া আৰু দুঃসাহসিক বঁটা, ২০২০ প্ৰাপক প্ৰতিভাৱান খেলুৱৈসকললৈ মোৰ তৰফৰ পৰা অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰিছো! এইসকল ক্ৰীড়াবিদৰ পৰা আমি শিকিবলগীয়া ভালেখিনি আছে। এই সাফল্যসমূহে বহু উদীয়মান ক্ৰীড়াবিদক অনুপ্ৰাণিত কৰে। বঁটা প্ৰাপক ক্ৰীড়াবিদসকললৈ তেওঁলোকৰ ভৱিষ্যৎ পদক্ষেপসমূহৰ বাবে বহু শুভেচ্ছা জনাইছো।”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM-VBRY: The Employment Scheme Delivering on India’s Social Security Promise

Media Coverage

PM-VBRY: The Employment Scheme Delivering on India’s Social Security Promise
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 জুন 2026
June 13, 2026

Viksit Bharat Accelerating: Tech, Defense, Infra & Exports Power India's Global Leap Under the Leadership of PM Modi