পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰাৰ বাবে শ্ৰীমতী কেইকো ফুজিমৰীক অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাৰত আৰু পেৰুৰ মাজৰ দীৰ্ঘদিনীয়া তথা বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে।

শ্ৰী মোদীয়ে 'X'ৰ পোষ্টত কয়ঃ

"পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰাৰ বাবে কেইকো ফুজিমৰীক আন্তৰিক অভিনন্দন জনাইছো।

ভাৰতে পেৰুৰ সৈতে থকা ইয়াৰ নিবিড় বন্ধুত্বক গভীৰ মূল্যায়ন কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰত আমাৰ দ্বিপাক্ষিক অংশীদাৰিত্ব অধিক শক্তিশালী কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। মই আপোনাৰ এক সফল কাৰ্যকাল কামনা কৰিছোঁ আৰু আমাৰ দেশসমূহৰ জনসাধাৰণৰ কল্যাণৰ বাবে সম্পৰ্কক অধিক গভীৰ কৰিবলৈ আপোনাৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আশাবাদী।"

@KeikoFujimori

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Every voter had valid ID': Trump praises India polls, renews push for SAVE America Act

Media Coverage

'Every voter had valid ID': Trump praises India polls, renews push for SAVE America Act
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 18 আগষ্ট 2026
August 18, 2026

PM Modi’s 12 Years of Structural Power: Manufacturing, FTAs, Airports & Uncompromising Security