প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় শ্বাটলাৰ পি ভি সিন্ধুক ছুইচ অপেন ২০২২ত বিজয় সাব্যস্ত কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

"ছুইচ অপেন ২০২২ত বিজয়ী হোৱা বাবে পি ভি সিন্ধুক অভিনন্দন। তেওঁৰ সফলতাই ভাৰতৰ যুৱ প্ৰজন্মক অনুপ্ৰাণিত কৰিব। তেওঁৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভকামনা জনাইছোঁ।"

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Auto sector reports strong sales momentum; SUVs and exports drive growth across industry

Media Coverage

Auto sector reports strong sales momentum; SUVs and exports drive growth across industry
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 2 এপ্ৰিল 2026
April 02, 2026

Bharat Rising: PM Modi Turns Promises into Records — Defence, EVs, AI & GST All Hit New Highs