বেংককত অনুষ্ঠিত ‘পেৰা এছিয়ান আৰ্চাৰী চেম্পিয়নশ্বিপ’ত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰাৰ বাবে ‘ভাৰতীয় পেৰা আৰ্চাৰী দল’ক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত পোষ্ট কৰিছে;

"বেংককত ‘পেৰা এছিয়ান আৰ্চাৰী চেম্পিয়নশ্বিপ’ত এক ঐতিহাসিক বিজয় সাব্যস্ত হ’ল!

‘ভাৰতীয় পেৰা আৰ্চাৰী দল’টোক তেওঁলোকৰ অভূতপূৰ্ব প্ৰদৰ্শনৰ বাবে অভিনন্দন জনাইছোঁ, ইতিহাসত তেওঁলোকৰ নাম লিপিবদ্ধ হ’ব!

দলটোৱে ‘চেম্পিয়নশ্বিপ’ত তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনেৰে ৪টা সোণৰ পদককে ধৰি মুঠ ৯টা পদকেৰে উজলি উঠিছে।

প্ৰতিগৰাকী খেলুৱৈক তেওঁলোকৰ অৱদানৰ বাবে প্ৰশংসা কৰিছোঁ। তেওঁলোকে আমাক সদায় গৌৰৱান্বিত কৰি থাকক।"

 

 

Explore More
৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
India's Q3 GDP grows at 8.4%; FY24 growth pegged at 7.6%

Media Coverage

India's Q3 GDP grows at 8.4%; FY24 growth pegged at 7.6%
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
West Bengal CM meets PM
March 01, 2024

The Chief Minister of West Bengal, Ms Mamta Banerjee met the Prime Minister, Shri Narendra Modi today.

The Prime Minister’s Office posted on X:

“Chief Minister of West Bengal, Ms Mamta Banerjee ji met PM Narendra Modi.”