প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘এছএএফএফ চেম্পিয়নশ্বিপ ২০২৩’-ত বিজয়ী হোৱা বাবে ভাৰতীয় ফুটবল দলক অভিনন্দন জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে:
"ভাৰতে আকৌ এবাৰ চেম্পিয়নৰ মুকুট পিন্ধিছে! ‘এছএএফএফ চেম্পিয়নশ্বিপ ২০২৩’-ত ‘ব্লু টাইগাৰ্ছ’ সৰ্বোচ্চ আসনত উপৱিষ্ট হৈছে! আমাৰ খেলুৱৈসকলক অভিনন্দন জনাইছোঁ। এইসকল খেলুৱৈৰ সংকল্পবদ্ধতা আৰু দৃঢ়তাৰে পৰিচালিত ভাৰতীয় দলৰ উল্লেখনীয় যাত্ৰাই উদীয়মান খেলুৱৈসকলক অনুপ্ৰাণিত কৰি থাকিব।"
India crowned champions, yet again! The Blue Tigers reign supreme at the #SAFFChampionship2023! Congrats to our players. The Indian Team’s remarkable journey, powered by the determination and tenacity of these athletes, will continue to inspire upcoming sportspersons. pic.twitter.com/DitI0NunmD
— Narendra Modi (@narendramodi) July 5, 2023


