প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডনাল্ড ট্ৰাম্পক আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ঐতিহাসিক বিজয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে তেওঁ ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যাপক গোলকীয় আৰু কৌশলগত অংশীদাৰীত্বঅধিক শক্তিশালী কৰাৰ উদ্দেশ্যে নতুন সহযোগিতাৰ বাবে আশাবাদী।

শ্ৰী মোদীয়ে এক্সৰ এটা পোষ্টত লিখিছিল:

" এই ঐতিহাসিক বিজয়ৰ বাবে মোৰ বন্ধু @realDonaldTrump,আপোনাকআন্তৰিক অভিনন্দন। আপুনি আপোনাৰ পূৰ্বৰ কাৰ্যকালৰ সফলতাৰ ওপৰত ভিত্তি কৰিএই বিজয় সাব্যস্ত কৰিছে আৰু ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যাপক গোলকীয় আৰু কৌশলগত অংশীদাৰীত্ব অধিক শক্তিশালী কৰাৰ বাবে আমাৰ সহযোগিতাৰ নৱীকৰণৰ বাবে মই আশাবাদী। আঁহক, আমি একেলগে আমাৰ জনসাধাৰণৰ উন্নতিৰ লগতে বিশ্বব্যাপী শান্তি, স্থিৰতা আৰু সমৃদ্ধি বৃদ্ধিৰ হকে কাম কৰোঁ ।"

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Vietnam BrahMos deal already signed, Indonesia pact in final stages: Defence Secretary RK Singh

Media Coverage

Vietnam BrahMos deal already signed, Indonesia pact in final stages: Defence Secretary RK Singh
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 30 মে’ 2026
May 30, 2026

Viksit Bharat in Motion: How PM Modi is Building a Self-Reliant Global India”