প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয় কৰাৰ বাবে বক্সাৰ লাভলীনা বৰগোঁহাইক অভিনন্দন জনাইছে৷

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,

“বিশ্ব বক্সিং চেম্পিয়নশ্বিপত কৰা অসাধাৰণ কৃতিত্বৰ বাবে @LovlinaBorgohaiক অভিনন্দন জনাইছো। তেওঁ অসাধাৰণ দক্ষতা প্ৰদৰ্শন কৰিলে৷ তেওঁৰ স্বৰ্ণ পদক জয়ক লৈ ভাৰত আনন্দিত৷”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Operation Sagar Bandhu: India provides assistance to restore road connectivity in cyclone-hit Sri Lanka

Media Coverage

Operation Sagar Bandhu: India provides assistance to restore road connectivity in cyclone-hit Sri Lanka
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 5 ডিচেম্বৰ 2025
December 05, 2025

Unbreakable Bonds, Unstoppable Growth: PM Modi's Diplomacy Delivers Jobs, Rails, and Russian Billions