প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছ, ২০২২ৰ ৰয়িং ইভেণ্টত সফলতাৰ ধাৰাবাহিকতা অব্যাহত ৰখাৰ বাবে আনন্দ প্ৰকাশ কৰে।
এছিয়ান গেমছত পুৰুষৰ কক্সলেছ পেয়াৰ ৰয়িং ইভেণ্টত বাবুলাল যাদৱ আৰু লেখ ৰামে ব্ৰ্জৰ পদক জয় কৰাৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আপোনালোকৰ অক্লান্ত প্ৰচেষ্টা আৰু দৃঢ়তাৰে আপোনালোকে বহু ভাৰতীয় যুৱকৰ আকাংক্ষাক মঞ্চলৈ আগুৱাই লৈ গৈছে"। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ ভৱিষ্যতৰ বাবে শুভকামনা জনায়।”
3️⃣rd Medal of the Day! 🚣♂️🇮🇳!
— SAI Media (@Media_SAI) September 24, 2023
Babulal Yadav and Lekh Ram have clinched the Bronze 🥉 in the Men's Coxless Pair #Rowing event at #AsianGames2022, clocking a stellar time of 6:50:41⏲️. Their determination and grit have propelled them to the podium, making India proud🫡… pic.twitter.com/PBOikiMx9K


