বাৰ্লিনত অনুষ্ঠিত ‘বিশেষ অলিম্পিক গ্ৰীষ্মকালীন ক্ৰীড়া সমাৰোহ’ত ভাৰতক প্ৰতিনিধিত্ব কৰা খেলুৱৈসকলে ৭৬টা সোণৰ পদকসহ ২০২টা পদক অৰ্জন কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জ্ঞাপন কৰে।

এক ‘টুইট’যোগে প্ৰধানমন্ত্ৰীয়ে কয়;

"বাৰ্লিনত অনুষ্ঠিত ‘বিশেষ অলিম্পিক গ্ৰীষ্মকালীন ক্ৰীড়া সমাৰোহ’ত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ লগতে ৭৬টা সোণৰ পদকসহ ২০২টা পদক অৰ্জন কৰা আমাৰ অসাধৰণ খেলুৱৈসকলক অভিনন্দন জনাইছো। তেওঁলোকৰ সফলতাক আমি সৰ্বাত্মকতাৰ মনোভাৱেৰে উদযাপন কৰিছো আৰু এই অনবদ্য খেলুৱৈসকলৰ অধ্যৱসায়ক প্ৰশংসা কৰিছো।"

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Why Abrogation Of Article 370 Was A Strategic Necessity For India

Media Coverage

Why Abrogation Of Article 370 Was A Strategic Necessity For India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 05 আগষ্ট 2026
August 05, 2026

Viksit Bharat in Action: Inclusive, Green, and Globally Competitive Under PM Modi