‘এছিয়ান গে’মছ’ত পুৰুষৰ ‘ট্ৰিপল জাম্প প্ৰতিযোগিতা’ত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি খেলুৱৈ প্ৰবীণ চিত্ৰাক অভিনন্দন জ্ঞাপন কৰে।
এই সন্দৰ্ভত তেওঁ ‘এক্স’ত কৰা ‘পোষ্ট’ত কয়:
"এথলেটিক্স’ত আন এক উল্লেখযোগ্য সাফল্য!
পুৰুষৰ ‘ট্ৰিপল জাম্প ইভেণ্ট’ত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে @PraveenChithra1 লৈ বিশাল অভিনন্দন।
আজিৰ এই উৎকৃষ্ট প্ৰদৰ্শনে আমাৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে।"
Another remarkable achievement in Athletics!
— Narendra Modi (@narendramodi) October 3, 2023
Huge congratulations to @PraveenChithra1 on winning the Bronze Medal in Men’s Triple Jump event.
This outstanding performance today has brought glory to our nation. pic.twitter.com/sLv3bC859R


