প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কমনৱেলথ গেমছ ২০২২ত ৫১ কিলোগ্ৰাম পুৰুষৰ বক্সিংত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে অমিত পাংঘালক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰে:

"সৰ্বশ্ৰেষ্ঠ অমিত পাংঘালে আমাৰ পদক তালিকাত আন এটা সন্মানীয় পদক যোগ কৰিছে। তেওঁ আমাৰ আটাইতকৈ প্ৰশংসিত আৰু দক্ষ বক্সাৰসকলৰ মাজৰ এজন, যিয়ে সৰ্বোচ্চ নিপুণতা প্ৰদৰ্শন কৰিছে। মই তেওঁক সোণৰ পদক জিকাৰ বাবে অভিনন্দন জনাইছো আৰু তেওঁক এক উজ্জ্বল ভৱিষ্যতকামনা জনাইছো। #Cheer4India'

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
IndiaAI Mission-backed startup Avataar launches indigenous video AI model

Media Coverage

IndiaAI Mission-backed startup Avataar launches indigenous video AI model
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 জুন 2026
June 13, 2026

Viksit Bharat Accelerating: Tech, Defense, Infra & Exports Power India's Global Leap Under the Leadership of PM Modi