প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান পেৰা গেমছত পুৰুষৰ ৪০০মিটাৰ-টি৬৪ ইভেণ্টত ৰূপৰ পদক জয়ৰ বাবে অজয় কুমাৰক অভিনন্দন জনাইছে৷
টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ
“এছিয়ান পেৰা গেমছত পুৰুষৰ ৪০০মিটাৰ-টি৬৪ ইভেণ্টত ৰূপৰ পদক জয়ৰ বাবে অজয় কুমাৰক অভিনন্দন জনাইছো৷ তেওঁৰ এই অসাধাৰণ সাফল্যই তেওঁৰ নিষ্ঠা আৰু দৃঢ়তাক প্ৰতিপন্ন কৰিছে৷”
Kudos to Ajay Kumar for clinching the Silver in the Men's 400m-T64 at the Asian Para Games. His outstanding accomplishment speaks volumes of his dedication and determination. pic.twitter.com/XVavTEuxU3
— Narendra Modi (@narendramodi) October 24, 2023


