কুৱেইটৰ আমিৰ মহামহিম শ্বেইখ মেছাল আল আহমদ আল-জাবেৰ আল-ছাবাহে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক কুৱেইটৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা মুবাৰক আল-কাবীৰৰ অৰ্ডাৰ প্ৰদান কৰে। অনুষ্ঠানত কুৱেইটৰ প্ৰধানমন্ত্ৰী মহামহিম শ্বেইখ আহমেদ আল আব্দুল্লাহ আল আহমদ আল ছাবাহো উপস্থিত থাকে।

 

প্ৰধানমন্ত্ৰীয়ে এই বঁটা ভাৰত আৰু কুৱেইটৰ দীৰ্ঘদিনীয়া বন্ধুত্ব, কুৱেইটত থকা ভাৰতীয় সম্প্ৰদায় আৰু ভাৰতৰ ১৪০ কোটি জনসাধাৰণৰ নামত উৎসৰ্গা কৰে।

৪৩ বছৰৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰথম কুৱেইট ভ্ৰমণৰ ঐতিহাসিক ক্ষণত এই বঁটা প্ৰদানে এক বিশেষ মাত্ৰা বহন কৰিছে।

 

১৯৭৪ চনত প্ৰতিষ্ঠা হোৱা এই বঁটাটো প্ৰতি বছৰে নিৰ্বাচিত বিশ্বৰ নেতাসকলক প্ৰদান কৰা হয়।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From school to PG, girls now outnumber boys

Media Coverage

From school to PG, girls now outnumber boys
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 1 মে’ 2026
May 01, 2026

From Stolen Treasures to Smart Trains: PM Modi’s Blueprint for a Proud, Connected, Self-Reliant India