প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেলেগু অভিনেতা তথা ৰাজনীতিবিদ শ্ৰী নন্দমুৰি তাৰকা ৰত্নৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।
এই সন্দৰ্ভত প্ৰকাশ কৰা ‘টুইট’ত প্ৰধানমন্ত্ৰীয়ে কয়;
"শ্ৰী নন্দমুৰি তাৰকা ৰত্ন গাৰুৰ অকাল মৃত্যুত ব্যথিত হৈছো। তেওঁ চলচ্চিত্ৰ আৰু মনোৰঞ্জনৰ পৃথিৱীখনত নিজৰ এক স্বাক্ষৰ ৰাখি থৈ যাবলৈ সক্ষম হৈছে। দুখৰ এই মুহূৰ্তত তেওঁৰ পৰিয়ালবৰ্গ আৰু গুণমুগ্ধসকলৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো। ওম শান্তি: প্ৰধানমন্ত্ৰী @narendramodi"
Pained by the untimely demise of Shri Nandamuri Taraka Ratna Garu. He made a mark for himself in the world of films and entertainment. My thoughts are with his family and admirers in this sad hour. Om Shanti: PM @narendramodi
— PMO India (@PMOIndia) February 19, 2023


