প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰীমতী প্ৰমিলা টাই মেধেজীৰ মৃত্যুত  গভীৰ  শোক প্ৰকাশ কৰে। ৰাষ্ট্ৰ সেৱিকা সমিতিৰ প্ৰমুখ সঞ্চলিকা আছিল প্ৰমিলা টাই মেধে। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ দৃষ্টান্তমূলক  জীৱনে  আগন্তুক প্ৰজন্মৰ বাবে প্ৰেৰণাৰ ৰেখা হিচাপে পৰিগণিত হ'ব, বিশেষকৈ মহিলাসকলৰ সৰ্বাংগীন সামাজিক উন্নয়ন  তথা সবলীকৰণৰ ক্ষেত্ৰত তেওঁৰ অৱদান অতুলনীয়।

এক্সত দিয়া  পোষ্টত তেওঁ কয়-

"ৰাষ্ট্ৰ সেৱিকা সমিতিৰ প্ৰাক্তন মুখ্য পৰিচালিকা  শ্ৰীমতী প্ৰমিলা টাই মেধেৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো। তেওঁৰ সমগ্ৰ জীৱন সমাজ আৰু জাতিৰ সেৱাৰ বাবে উৎসৰ্গিত আছিল। মহিলা সৱলীকৰণৰ লগতে সামাজিক কামত তেওঁৰ অমূল্য অৱদান সদায় স্মৰণীয় হৈ থাকিব।এই শোকৰ সময়ত ভগৱানে তেওঁৰ পৰিয়াল আৰু অনুৰাগীসকলক শক্তি প্ৰদান কৰক। ওম শান্তি!”"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Eway bills rise 7.7% to 139.08 mn in August, third highest on record

Media Coverage

Eway bills rise 7.7% to 139.08 mn in August, third highest on record
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 ছেপ্টেম্বৰ 2026
September 04, 2026

Make in India, Power India, Play for India: Multi-Sector Momentum Under PM Modi’s Leadership