প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাট বিধানসভাৰ সদস্য শ্ৰী কৰ্ছনভাই ছোলাংকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

এক্সত এটা পোষ্টত শ্ৰী মোদীয়ে লিখিছেঃ

‘গুজৰাট বিধানসভাৰ সদস্য শ্ৰী কৰ্ছনভাই ছোলাংকীৰ মৃত্যুৰ খবৰটো আচৰিত কৰাৰ দৰে। তেওঁৰ সৰল জীৱন যাপন আৰু বঞ্চিত লোকসকলৰ কল্যাণৰ বাবে কৰা সেৱাৰ বাবে তেওঁ সদায় স্মৰণীয় হৈ থাকিব।

তেওঁৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা!

ঔম শান্তি...!!’

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
A partnership forged in India’s industrial south

Media Coverage

A partnership forged in India’s industrial south
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 ছেপ্টেম্বৰ 2026
September 04, 2026

Make in India, Power India, Play for India: Multi-Sector Momentum Under PM Modi’s Leadership