প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী অগ্নিৱেশ আগৰৱালৰ মৃত্যুত শোক প্ৰকাশ কৰে।
এক্সত শ্ৰী অনিল আগৰৱালৰ এটা পোষ্টৰ উত্তৰত শ্ৰী মোদীয়ে লিখিছেঃ
‘শ্ৰী অগ্নিৱেশ আগৰৱালৰ অকাল মৃত্যু অতিশয় বেদনাদায়ক। এই স্পৰ্শকাতৰ শ্ৰদ্ধাঞ্জলিৰ জৰিয়তে আপোনাৰ দুখৰ গভীৰতা স্পষ্ট হৈ পৰিছে। আপোনাৰ লগতে আপোনাৰ পৰিয়ালে শক্তি আৰু সাহস লাভ কৰক তাকেই প্ৰাৰ্থনা কৰিছো’। ওম শান্তি।
@AnilAgarwal_Ved”
The untimely passing of Shri Agnivesh Agarwal is deeply shocking and saddening. The depth of your grief is evident in this touching tribute. Praying that you and your family find continued strength and courage. Om Shanti.@AnilAgarwal_Ved https://t.co/qn0DBuBj2S
— Narendra Modi (@narendramodi) January 8, 2026


