পিএমএনআৰএফৰ পৰা এককালীন সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কলকাতাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে।

শ্ৰী মোদীয়ে আশ্বাস দিয়ে যে আক্ৰান্তসকলে যাতে সকলোপ্ৰকাৰৰ সহায় লাভ কৰে, তাক নিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰে অহৰ্নিশে কাম কৰি আছে।

প্ৰধানমন্ত্ৰীয়ে প্ৰতিগৰাকী মৃতকৰ নিকটাত্মীয়লৈ পিএমএনআৰএফৰ পৰা ২ লাখ টকা আৰু আহতসকলৰ বাবে ৫০,০০০ টকাকৈ এককালীন সাহায্য ঘোষণা কৰে।

এক্সত শ্ৰী মোদীয়ে পোষ্ট কৰিছে;

কালি কলকাতাত সংঘটিত দুৰ্ঘটনাটো অত্যন্ত দুখজনক। দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ নিকটাত্মীয়লৈ পিএমএনআৰএফৰ পৰা ২ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ’ব। আহতসকলক ৫০,০০০ টকাকৈ দিয়া হ’ব। আক্ৰান্তসকলে যাতে সকলোপ্ৰকাৰৰ সহায় লাভ কৰে, সেয়া নিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰে অহৰ্নিশে কাম কৰি আছেঃ প্ৰধানমন্ত্ৰী @narendramodi

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era

Media Coverage

India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares moments from his metro journey to and from the SRCC programme
September 05, 2026

Prime Minister Shri Narendra Modi today shared glimpses of his metro journey while traveling to and from the SRCC programme.

In a post on X, the Prime Minister shared:

"Metro moments…

On the way to the SRCC programme and back."