ভুক্তভোগীলৈ পিএমএনআৰএফৰপৰা সাহায্য ঘোষণা

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকৰ তুমকুৰ জিলাত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে পিএমএনআৰএফৰপৰা ভুক্তভোগীসকললৈ সাহায্যও ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এইদৰে টুইট কৰে;

"কৰ্ণাটকৰ তুমকুৰ জিলাত সংঘটিত দুৰ্ঘটনাটো হৃদয়-বিদাৰক। মই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো। আহতসকলৰ আশু-আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনালো। নিহতসকলৰ নিকট আত্মীয়ক পিএমএনআৰএফৰপৰা ২ লাখ টকাকৈ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। আহতসকললৈ ৫০,০০০ টকাকৈ আগবঢ়োৱা হ'বঃ প্ৰধানমন্ত্ৰী"

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's banking sector resilient; 11-13% credit growth for January-June likely: Survey

Media Coverage

India's banking sector resilient; 11-13% credit growth for January-June likely: Survey
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 20 এপ্ৰিল 2026
April 20, 2026

Honouring Saints, Powering Futures: PM Modi’s Leadership That Blends Heritage, Highways and High Growth