প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত কবিন্দ্ৰ পুৰকায়স্থৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰে।
এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ শ্ৰীযুত পুৰকায়স্থ জীক হেৰুৱাই গভীৰভাবে মৰ্মাহত হৈছে। তেওঁৰ সমাজ সেৱাৰ প্ৰতি অদম্য দায়বদ্ধতা আৰু অসমৰ প্ৰগতিৰ দিশত উল্লেখযোগ্য অৱদান সদায় স্মৰণীয় হৈ থাকিব। তেওঁ উল্লেখ কৰে যে সমগ্ৰ ৰাজ্যখনতে ভাৰতীয় জনতা পাৰ্টিক শক্তিশালী কৰাৰ ক্ষেত্ৰত শ্ৰী পুৰকায়স্থ জীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
এক্সত দিয়া পৃথক পৃথক পোষ্টত শ্ৰী মোদীয়ে এনেদৰে উল্লেখ কৰিছে:
“প্ৰাক্তন সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত কবীন্দ্ৰ পুৰকায়স্থ জীৰ বিয়োগত বেদনাহত।সমাজৰ সেৱাৰ প্ৰতি তেওঁৰ দায়বদ্ধতা আৰু অসমৰ প্ৰগতিৰ প্ৰতি তেওঁৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব।
সমগ্ৰ ৰাজ্যখনতে বিজেপিক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এই দুখৰ সময়ত মোৰ ভাবনা তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকলৰ সৈতে আছে। ওম শান্তি।”
Pained by the passing of former MP and Union Minister Shri Kabindra Purkayastha Ji. His commitment to serving society and contribution towards Assam's progress will always be remembered. He played a vital role in strengthening the BJP across the state. My thoughts are with his… pic.twitter.com/bwXe7c9OMH
— Narendra Modi (@narendramodi) January 7, 2026
“প্ৰাক্তন সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী কবীন্দ্ৰ পুৰকায়স্থ দেৱৰ বিয়োগত মৰ্মাহত হৈছো। সমাজ সেৱাৰ প্ৰতি তেওঁৰ দায়বদ্ধতা আৰু অসমৰ প্ৰগতিৰ প্ৰতি তেওঁৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব। সমগ্ৰ ৰাজ্যতে বিজেপিক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এই দুখৰ সময়ত তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকলৰ প্ৰতি মোৰ সমবেদনা জনাইছো। ঔম শান্তি।”
প্ৰাক্তন সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী কবীন্দ্ৰ পুৰকায়স্থ দেৱৰ বিয়োগত মৰ্মাহত হৈছো। সমাজ সেৱাৰ প্ৰতি তেওঁৰ দায়বদ্ধতা আৰু অসমৰ প্ৰগতিৰ প্ৰতি তেওঁৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব। সমগ্ৰ ৰাজ্যতে বিজেপিক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এই দুখৰ… pic.twitter.com/DnH5zw8tPV
— Narendra Modi (@narendramodi) January 7, 2026


