প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ ফৰীদপুৰৰ বিধায়ক ডঃ শ্যাম বিহাৰী লালৰ দেহাৱসানত শোক প্ৰকাশ কৰে।
এক্স-ৰ এটা প’ষ্টত শ্ৰী মোদীয়ে কয়ঃ
"উত্তৰ প্ৰদেশৰ ফৰীদপুৰৰ বিধায়ক ডঃ শ্যাম বিহাৰী লালৰ বিয়োগত মই গভীৰভাৱে শোকাহত হৈছো। তেওঁ বিজেপিৰ এগৰাকী নিষ্ঠাৱান আৰু কঠোৰ পৰিশ্ৰমী নেতা আছিল। তেওঁৰ মৃত্যুত দলৰ অপূৰণীয় ক্ষতি হৈছে। মই এই শোকৰ মুহূৰ্তত তেওঁৰ পৰিয়ালবৰ্গ আৰু সমৰ্থকসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো। ঔম শান্তি!"
उत्तर प्रदेश के फरीदपुर के विधायक डॉ. श्याम बिहारी लाल जी के निधन से अत्यंत दुख हुआ है। वे जनहित में समर्पित भाजपा के एक कर्मठ नेता थे, जिनके जाने से पार्टी को अपूरणीय क्षति हुई है। शोक की इस घड़ी में उनके परिजनों और समर्थकों के प्रति मेरी गहरी संवेदनाएं। ओम शांति! pic.twitter.com/TCv0ddOg3B
— Narendra Modi (@narendramodi) January 2, 2026


