প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী স্বৰাজ কৌশল জীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

 

শ্ৰী মোদীয়ে উল্লেখ কৰে যে শ্ৰী স্বৰাজ কৌশল জীয়ে এজন অধিবক্তা হিচাবে আইনী বৃত্তিৰে অভাৱগ্ৰস্ত লোকৰ জীৱন উন্নত কৰা  বিশ্বাসী ব্যক্তি হিচাপে নিজকে বিশিষ্ট কৰি তুলিছিল।

 

 

শ্ৰী মোদীয়ে কয় যে, "তেওঁ ভাৰতৰ আটাইতকৈ কম বয়সীয়া ৰাজ্যপাল হৈছিল আৰু ৰাজ্যপালৰ কাৰ্যকালত মিজোৰামৰ জনসাধাৰণৰ ওপৰত স্থায়ী প্ৰভাৱ পেলাইছিল। এজন সংসদ সদস্য হিচাপে তেওঁৰ অন্তৰ্দৃষ্টিও উল্লেখযোগ্য আছিল।"

 

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:

"শ্ৰী স্বৰাজ কৌশল জীৰ মৃত্যুত মৰ্মাহত । তেওঁ এজন অধিবক্তা  হিচাবে  আইনী বৃত্তি ব্যৱহাৰ কৰি অভাৱগ্ৰস্ত লোকৰ জীৱন উন্নত কৰা  বিশ্বাসী ব্যক্তি হিচাপে নিজকে বিশিষ্ট কৰি তুলিছিল।"

 

তেওঁ ভাৰতৰ কনিষ্ঠতম ৰাজ্যপাল হিচাপে পৰিগণিত হোৱাৰ লগতে ৰাজ্যপালৰ কাৰ্যকালত মিজোৰামৰ জনসাধাৰণৰ মাজত স্থায়ী প্ৰভাৱ পেলাইছিল। সংসদ সদস্য হিচাপে তেওঁৰ অন্তৰ্দৃষ্টিও উল্লেখযোগ্য আছিল।

 

এই দুখৰ সময়ত মোৰ ভাবনা তেওঁৰ কন্যা বাসুৰী আৰু পৰিয়ালৰ আন সদস্যসকলৰ লগত আছে । ওম শান্তি।"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India develops first indigenous expendable turbo jet engine in 350 kg thrust class

Media Coverage

India develops first indigenous expendable turbo jet engine in 350 kg thrust class
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 জুলাই 2026
July 27, 2026

Viksit Bharat in Motion: Indigenous Warships, Deepwater Energy, Transparent Exams & Cultural Revival