ছিক্কিমত সংঘটিত পথ দুৰ্ঘটনাত হোৱা সেনা জোৱানৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। দুৰ্ঘটনাটোত আহত হোৱাসকলৰ আশু আৰোগ্যও কামনা কৰিছে শ্ৰী মোদীয়ে।

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী-কাৰ্যালয়ে প্ৰকাশ কৰা টুইটত কোৱা হৈছে;

“ছিক্কিমত সংঘটিত এক পথ দুৰ্ঘটনাত হোৱা আমাৰ বীৰ জোৱানৰ মৃত্যুৱে ব্যথিত কৰিছে। তেওঁলোকৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছো। আহতসকলে আশু আৰোগ্য লাভ কৰক: PM @narendramodi”

Explore More
৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
India eliminates extreme poverty

Media Coverage

India eliminates extreme poverty
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 মাৰ্চ 2024
March 03, 2024

A celebration of Modi hai toh Mumkin hai – A journey towards Viksit Bharat