ভুক্তভোগীসকললৈ পিএমএনআৰএফৰ পৰা আৰ্থিক সাহায্য ঘোষণা

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচল প্ৰদেশত সংঘটিত ফেক্টৰী দূৰ্ঘটনাত নিহত লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে ভুক্তভোগীসকললৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য নিধি(পিএমএনআৰএফ)ৰ পৰা আৰ্থিক অনুদানো ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এইদৰে টুইট কৰিছেঃ

"হিমাচল প্ৰদেশৰ উনাৰ এটা কাৰখানাত সংঘটিত দূৰ্ঘটনা অত্যন্ত দুখজনক। এই ঘটনাত যিয়ে নিজৰ পৰিয়াল আৰু আত্মীয়-স্বজনক হেৰুৱাবলগীয়া হ’ল, তেওঁলোকৰ প্ৰতি মই গভীৰ সমবেদনা জ্ঞাপন কৰিছো। লগতে দূৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত লোকসকল শীঘ্ৰে সুস্থ হৈ উঠিব বুলি মই আশা কৰিছোঃ প্ৰধানমন্ত্ৰী "

"হিমাচল প্ৰদেশত কাৰখানা দূৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য নিধি(পিএমএনআৰএফ)ৰ পৰা ২লাখকৈ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হ’বঃ প্ৰধানমন্ত্ৰী।"

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Wed in India’ Initiative Fuels The Rise Of NRI And Expat Destination Weddings In India

Media Coverage

'Wed in India’ Initiative Fuels The Rise Of NRI And Expat Destination Weddings In India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 ডিচেম্বৰ 2025
December 15, 2025

Visionary Leadership: PM Modi's Era of Railways, AI, and Cultural Renaissance