প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰপ্ৰদেশৰ বিভিন্ন প্ৰান্তত বজ্ৰপাত পৰি প্ৰাণহানি হোৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পীড়িতসকলৰ বাবে এককালীন সাহাৰ্য ঘোষণা কৰিছে৷

পিএমঅ’ৰ টুইটত কয়, “উত্তৰপ্ৰদেশৰ বিভিন্ন প্ৰান্তত বজ্ৰপাত পৰি বহু লোকৰ প্ৰাণহানি হোৱা ঘটনা অতি হৃদয় বিদাৰক৷ এই ঘটনাত যিসকল লোকে যিসকল লোকে তেওঁলোকৰ প্ৰাণ হেৰুৱালে, তেওঁলোকৰ পৰিয়ালবৰ্গৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো৷ ভগৱানে তেওঁলোকক এই দুখ সহ্য কৰিব পৰাকৈ শক্তি প্ৰদান কৰক৷” প্ৰধানমন্ত্ৰী @narendramodi

প্ৰধানমন্ত্ৰীক উত্তৰপ্ৰদেশৰ বিভিন্ন প্ৰান্তত বজ্ৰপাত পৰি প্ৰাণহানি হোৱা লোকসকলৰ লগতে ক্ষয়-ক্ষতিৰ সন্দৰ্ভত অৱগত কৰা হয়৷ বজ্ৰ পৰি মৃত লোকসকলৰ আত্মীয়ক পিএমএনআৰএফৰ পৰা ২লাখকৈ এককালীন সাহাৰ্য ঘোষণা কৰাৰ লগতে আহতসকলক ৫০,০০০কৈ প্ৰদান কৰা হ’ব৷”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi pitches India as stable investment destination amid global turbulence

Media Coverage

PM Modi pitches India as stable investment destination amid global turbulence
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 জানুৱাৰী 2026
January 12, 2026

India's Reforms Express Accelerates: Economy Booms, Diplomacy Soars, Heritage Shines Under PM Modi