প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাৰ গঞ্জাম জিলাত বাছ দুৰ্ঘটনাত প্ৰাণহানি হোৱাসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে পিএমএনআৰএফৰ অধীনত মৃতকৰ আত্মীয়ক ২লাখ টকাকৈ আৰু আহতসকলক ৫০,০০০টকাকৈ এককালীন সাহাৰ্য প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে৷
প্ৰধানমন্ত্ৰীয়ে টুইটত কয়;
“ওড়িশাক গঞ্জাম জিলাত বাছ দুৰ্ঘটনাত দুঃখিত হৈছো৷ যিসকলে তেওঁলোকৰ আত্মীয়ক হেৰুৱালে তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো৷ আহতসকলৰ আশু আৰোগ্য কামনা কৰিলো৷ মৃতকৰ আত্মীয়ক ২লাখ টকাকৈ আৰু আহতসকলক ৫০,০০০টকাকৈ এককালীন সাহাৰ্য প্ৰদান কৰা হ’বঃ প্ৰধানমন্ত্ৰী”
Pained by the bus accident in Ganjam district, Odisha. Condolences to those who lost their loved ones. May the injured recover soon. An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi
— PMO India (@PMOIndia) June 26, 2023
ଓଡ଼ିଶାର ଗଞ୍ଜାମ ଜିଲ୍ଲାରେ ଘଟିଥିବା ମର୍ମନ୍ତୁଦ ବସ ଦୁର୍ଘଟଣାରେ ମୁଁ ମର୍ମାହତ । ମୃତକଙ୍କ ପରିବାର ବର୍ଗଙ୍କୁ ସମବେଦନା ଜଣାଉଛି । ଆହତଙ୍କ ଆଶୁ ଆରୋଗ୍ୟ କାମନା କରୁଛି । ପ୍ରଧାନମନ୍ତ୍ରୀ ରାଷ୍ଟ୍ରୀୟ ରିଲିଫ୍ ପାଣ୍ଠି(PMNRF)ରୁ ମୃତକଙ୍କ ପରିବାରକୁ ୨ ଲକ୍ଷ ଟଙ୍କା ଅନୁକମ୍ପା ମୂଳକ ସହାୟତା ରାଶି ପ୍ରଦାନ କରାଯିବ । ଆହତ ମାନଙ୍କୁ ୫୦…
— PMO India (@PMOIndia) June 26, 2023


