প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰৰ ছাংলীত দেৱাল ভাঙি পৰাৰ ফলত  প্ৰাণ হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ কৰে। এই শোকাৱহ ঘটনাত আপোনজনক হেৰুওৱা পৰিয়াললৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰাৰ লগতে প্ৰধানমন্ত্ৰীয়ে আহতসকলে শীঘ্ৰে আৰোগ্য লাভৰ  বাবেও প্ৰাৰ্থনা জনায়।
প্ৰধানমন্ত্ৰীয়ে এক্সত  এনেদৰে পোষ্ট কৰিছে:

“মহাৰাষ্ট্ৰৰ ছাংলীত দেৱাল ভাঙি পৰাৰ ফলত বহুতে প্ৰাণ হেৰুওৱাৰ খবৰ পাই মই গভীৰভাবে মৰ্মাহত হৈছো ।এই শোকৰ  মুহূৰ্তত শোকসন্তপ্ত পৰিয়ালসমূহলৈ  মোৰ সমবেদনা জ্ঞাপন কৰিছো।আহতসকলে অতি শীঘ্ৰে সুস্থ হৈ উঠাৰ বাবে প্ৰাৰ্থনা জনাইছো: প্ৰধানমন্ত্ৰী @narendramodi”

“महाराष्ट्रातील सांगली येथे भिंत कोसळून झालेल्या जीवितहानी बद्दल ऐकून अत्यंत दुःख झाले. या दुःखद प्रसंगी माझ्या संवेदना शोकाकुल कुटुंबीयांसोबत आहेत. जखमी लवकरात लवकर बरे व्हावेत, ही प्रार्थना: पंतप्रधान @narendramodi”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's 1 Trillion Retail Moment: Dawn of Retail Revenue Intelligence

Media Coverage

India's 1 Trillion Retail Moment: Dawn of Retail Revenue Intelligence
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 জুন 2026
June 27, 2026

Appreciation for PM Modi's Development-Focused and People-Centric Governance