প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰবীণ বাংলা কণ্ঠশিল্পী গীতাশ্ৰী সন্ধ্যা মুখোপাধ্যায়ৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।

এলানি টুইটত প্ৰধানমন্ত্ৰীয়ে কয়,

“গীতাশ্ৰী সন্ধ্যা মুখোপাধ্যায়ৰ মৃত্যুত আমি মৰ্মাহত হৈছো। আমাৰ সাংস্কৃতিক জগতক উকা হৈ ৰ’ব। তেওঁৰ সুৱদী কণ্ঠই প্ৰতিটো প্ৰজন্মক মোহাচ্ছন্ন কৰি ৰাখিব। মই তেওঁৰ পৰিয়াল আৰু অনুগামীসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো। ওমঃ শান্তি।”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian youth are at the forefront of tech-led growth, innovation: PM Modi

Media Coverage

Indian youth are at the forefront of tech-led growth, innovation: PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 14 জুন 2026
June 14, 2026

From Healthcare to Himalayas: PM Modi's Vision Building an Unstoppable India