ৰাজ্যসভাৰ সাংসদ শ্ৰী অস্কাৰ ফাৰ্ণাণ্ডেজ জীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এক শেকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;
“ৰাজ্যসভাৰ সাংসদ শ্ৰী অস্কাৰ ফাৰ্ণাণ্ডেজ জীৰ মৃত্যুত বেদনাহত হৈছো। দুখৰ এই মুহূৰ্তত তেওঁৰ শোক সন্তপ্ত পৰয়ালবৰ্গৰ লগতে শুভাকাংক্ষীসকললৈ মই সমবেদনা জ্ঞাপন কৰিছো। তেখেতৰ আত্মাই চিৰ শান্তি লাভ কৰক: PM @narendramodi”
Saddened by the demise of Rajya Sabha MP Shri Oscar Fernandes Ji. In this sad hour, my thoughts and prayers are with his family and well-wishers. May his soul rest in peace: PM @narendramodi
— PMO India (@PMOIndia) September 13, 2021


