প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশিষ্ট লেখক বীণাপানি ম’হান্তিৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷ শ্ৰী মোদীয়ে কয় যে বীণাপানি ম’হান্তিয়ে ওড়িয়া সাহিত্য, বিশেষকৈ উপন্যাসৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল৷
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “বিশিষ্ট লেখক বীণাপানি ম’হান্তিজীৰ বিয়োগত অতিশয় দুঃখিত হৈছো৷ওড়িয়া সাহিত্য, বিশেষকৈ উপন্যাসৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল৷ তেওঁৰ সৃষ্টিৰাজি বিভিন্ন ভাষালৈ অনুদিত হৈছে আৰু সেইবোৰে ব্যাপক জনপ্ৰিয়তা লাভ কৰিছিল৷ মই তেওঁৰ পৰিয়াল আৰু শুভাকাংক্ষীসকলৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছো৷ ঔম শান্তি৷”
Pained by the passing away of noted writer Binapani Mohanty Ji. She made monumental contributions to Odia literature, especially fiction writing. Her works have been translated in various languages and attained great popularity. Condolences to her family and admirers. Om Shanti.
— Narendra Modi (@narendramodi) April 24, 2022
ଖ୍ୟାତନାମା ଲେଖିକା ବୀଣାପାଣି ମହାନ୍ତିଙ୍କ ଦେହାନ୍ତ ଖବର ଶୁଣି ଦୁଃଖିତ । ଓଡ଼ିଆ ସାହିତ୍ୟ ବିଶେଷ ଭାବରେ ଗଳ୍ପ ଓ ଉପନ୍ୟାସ ରଚନା କ୍ଷେତ୍ରରେ ତାଙ୍କର ଅବଦାନ ଅତୁଳନୀୟ । ଅନ୍ୟ ଭାଷାରେ ଅନୁବାଦିତ ତାଙ୍କର ସୃଷ୍ଟି ବେଶ୍ ଲୋକପ୍ରିୟତା ହାସଲ କରିଛି । ତାଙ୍କର ପରିବାର ଓ ପ୍ରଶଂସକଙ୍କୁ ସମବେଦନା ।
— Narendra Modi (@narendramodi) April 24, 2022
ଓଁ ଶାନ୍ତି ।


