প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰসিদ্ধ সন্তুৰ বাদক পণ্ডিত শিৱকুমাৰ শৰ্মাৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে।

এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"পণ্ডিত শিৱকুমাৰ শৰ্মা জীৰ মৃত্যু আমাৰ সাংস্কৃতিক জগতখনৰ বাবে বৃহৎ ক্ষতি। তেওঁ সন্তুৰক বিশ্ব স্তৰত জনপ্ৰিয় কৰি তুলিছিল। তেওঁৰ সংগীতে আগন্তুক প্ৰজন্মসমূহক বিমুগ্ধ কৰি থাকিব। মই তেওঁৰে হোৱা মত-বিনিময়ক সস্নেহে মনত ৰাখিছো। তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকলৰ প্ৰতি সমবেদনা জনালো। ঔম শান্তি।"

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Short trip, big results: 7 crucial deals inked by PM Modi in UAE

Media Coverage

Short trip, big results: 7 crucial deals inked by PM Modi in UAE
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 মে’ 2026
May 15, 2026

Viksit Bharat Unleashed: PM Modi's Blueprint Delivers Energy Independence, Tech Boom, and Diplomatic Dominance