প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশিষ্ট নেপথ্য গায়ক শ্ৰী পি জয়চন্দ্ৰনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কয় যে বিভিন্ন ভাষাত তেওঁৰ প্ৰাণৱন্ত উপস্থাপনে অনাগত প্ৰজন্মসমূহৰো হৃদয় স্পৰ্শ কৰি থাকিব।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে;

"কিংবদন্তি কণ্ঠস্বৰৰে আশিস ধন্য হোৱা শ্ৰী পি জয়চন্দ্ৰন জীয়ে ভিন্ন সুৰেৰে আৱেগ প্ৰকাশ কৰিছিল। বিভিন্ন ভাষাত তেওঁৰ প্ৰাণৱন্ত উপস্থাপনসমূহে আগন্তুক প্ৰজন্মসমূহৰো হৃদয় স্পৰ্শ কৰি থাকিব। তেওঁৰ মৃত্যুত দুখ পাইছোঁ। এই দুখৰ সময়ত তেওঁৰ পৰিয়ালবৰ্গ আৰু গুণমুগ্ধসকলৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছোঁ।"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi offers prayers at Seychelles' Arulmigu Navasakthi Vinayagar temple

Media Coverage

PM Modi offers prayers at Seychelles' Arulmigu Navasakthi Vinayagar temple
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 জুন 2026
June 29, 2026

PM Modi Advancing National Strength Through Unity, Innovation and Janbhagidari