প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশ জুৰি চলা ‘মেগা চাইক্লথন’ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে স্বাস্থ্যকৰ জীৱনযাপনৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে লোৱা পদক্ষেপৰ বাবে সকলোকে প্ৰশংসা কৰে।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ড০ ভাৰতী প্ৰবীণ পাৱাৰে কৰা এক টুইটৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়;

"যিসকলে অংশগ্ৰহণ কৰিছিল আৰু স্বাস্থ্যকৰ জীৱনযাপনৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিছিল তেওঁলোকক প্ৰশংসা কৰিছো।"

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s petroleum products’ exports surge 8% in July

Media Coverage

India’s petroleum products’ exports surge 8% in July
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam emphasizing the protective bond
August 28, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam highlighting the auspicious power and blessings of Raksha (the protective bond/thread):

"एष प्रभावो रक्षायाः कथितस्ते युधिष्ठिर।

जयदः सुखदश्चैव पुत्रारोग्यधनप्रदः॥"

The Prime Minister posted on X:

एष प्रभावो रक्षायाः कथितस्ते युधिष्ठिर।

जयदः सुखदश्चैव पुत्रारोग्यधनप्रदः॥