চীনৰ হাংঝৌত চলি থকা এছিয়ান পেৰা গেমছ ২০২২ত পুৰুষৰ হাই জাম্প টি৪৭ ইভেণ্টত ৰূপৰ পদক লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰামপালক অভিনন্দন জনাইছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত এটা পোষ্টত লিখিছে -
“এছিয়ান পেৰা গেমছত পুৰুষৰ হাই জাম্প টি৪৭ ইভেণ্টত অসাধাৰণ প্ৰদৰ্শনেৰে ৰূপৰ পদক অৰ্জনৰ বাবে ৰামপালক অভিনন্দন। তেওঁ আগলৈ আৰু বহু কৃতিত্ব অৰ্জন কৰক। তেওঁৰ এই কৃতিত্বত সমগ্ৰ ভাৰত আনন্দিত হৈছে।”
Congratulations to Rampal on your outstanding Silver Medal win in the Men's High Jump T47 event at the Asian Para Games. May he keep aiming high and achieve a lot of success. India is delighted with his feat. pic.twitter.com/zctAJzZ2sf
— Narendra Modi (@narendramodi) October 23, 2023


