চীনত হাংঝৌত চলি থকা এছিয়ান পেৰা গেমছৰ ক্লাব থ্ৰ'–এফ৫১ ইভেণ্টত সোণৰ পদক জয় কৰা প্ৰণৱ সূৰমাক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাইছে।

এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়,

“ক্লাব থ্ৰ’-এফ৫১ এছিয়ান পেৰা গেমছ ইভেণ্টত সোণৰ পদক জয়ৰ বাবে প্ৰণৱ সূৰমালৈ অভিনন্দন। তেওঁৰ দৃঢ়তা আৰু দক্ষতাই ভাৰতক গৌৰৱান্বিত কৰি তুলিছে। তেওঁ সফলতাৰ নতুন উচ্চতালৈ আগুৱাই যাওক।”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's pace of economic growth shows that its Viksit Bharat dream is not out of reach

Media Coverage

India's pace of economic growth shows that its Viksit Bharat dream is not out of reach
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the loss of lives due to a mishap in Rewa, Madhya Pradesh
September 02, 2026

Prime Minister Shri Narendra Modi today expressed deep grief over the loss of lives due to a mishap in Rewa, Madhya Pradesh. The Prime Minister extended his condolences to those who have lost their loved ones and prayed for the swift recovery of the injured.

In a post on X, the Prime Minister's Office shared:

"The loss of lives due to a mishap in Rewa, Madhya Pradesh is saddening. My thoughts are with those who have lost their loved ones. Praying for the swift recovery of the injured: PM @narendramodi"