প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছ ২০২২ত বেডমিণ্টনৰ মহিলাৰ ছিংগলছত ব্ৰঞ্জৰ পদক অৰ্জনৰ বাবে বৈষ্ণৱী পুনেয়ানীক অভিনন্দন জ্ঞাপন কৰিছে৷
টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ
“এছিয়ান পেৰা গেমছ ২০২২ত বেডমিণ্টনৰ মহিলাৰ ছিংগলছত ব্ৰঞ্জৰ পদক অৰ্জনৰ বাবে বৈষ্ণৱী পুনেয়ানীক অভিনন্দন জ্ঞাপন কৰিছো৷ এই অসাধাৰণ সাফল্যই তেওঁৰ সমৰ্পণ আৰু দৃঢ়তাক প্ৰতিপন্ন কৰিছে৷”
Congratulations to Vaishnavi Puneyani for securing the Bronze medal in Badminton Women's Singles at the Asian Para Games. This outstanding accomplishment speaks volumes about her commitment and determination. Best wishes for her future endeavours. pic.twitter.com/r4Bj5GlbqC
— Narendra Modi (@narendramodi) October 25, 2023


